গুৱাহাটী বিশ্ববিদ্যালয়ৰ GUIMS পৰ্টেলটো অহা ২২ মে,২০২১ তাৰিখলৈ খোলা থাকিব। তলত দিয়া কাৰণসমূহৰ বাবে GU Portal খোলা থাকিব-
* কোনোবা ছাত্র-ছাত্ৰী যদি অহা জুন মাহত হ’ব লগীয়া পৰীক্ষাসমূহৰ আগত Form Fill Up কৰিবলৈ সক্ষম হোৱা নাছিল,এতিয়া তেওঁলোকে কৰিব পাৰিব।
* Examination Formত কিবা ভুল থাকিলে শুদ্ধ কৰিব পাৰিব।
* কোনোবাৰ যদি মোবাইল নম্বৰ পৰিৱৰ্তন হৈছে, তেতিয়া হ’লে পৰ্টেলত গৈ নম্বৰটো পৰিৱৰ্তন কৰি ল’ব পাৰিব কাৰণ registered মোবাইল নম্বৰতহে OTP/SMS আহিব পাৰে অনলাইন পৰীক্ষাৰ বাবে ।
* কলেজ কৰ্তৃপক্ষই পৰীক্ষাৰ ফৰ্মসমূহ approve কৰিব পাৰিব।
P.S.- স্নাতকোত্তৰ ৩য় ষাণ্মাসিকৰ ছাত্র-ছাত্ৰীসকলে এতিয়া নতুনকৈ প্ৰথম ষাণ্মাসিকৰ বেক/বেটাৰমেণ্ট ফৰ্ম ফিলআপ কৰিব নোৱাৰিব ।
Portal Link:
https://guportal.in/Online/NEW/StudentPortalLogin.aspx